Gajari: the Best of Indian Jokes: গাইড বুক নহয়, গাইডৰ হে দৰকাৰ...

August 04, 2015

গাইড বুক নহয়, গাইডৰ হে দৰকাৰ...

কালি পাণবজাৰত কিতাপ বিছাৰি আছিলো|
মই: দাদা, চৰকাৰী চাকৰিৰ কাৰণে কিবা ভাগ গাইড বুক আছে নেকি?
দোকানী: চৰকাৰী চাকৰি কৰিবা নেকি?
মই: ঠিক কৰিবলৈ বুলি নহয়| এনেয়ে আৰু...
দোকানী: গাইড বুক নালাগে| ভাল গাইড এজন হে বিচাৰা|

- Shasanka Medhi

*Assamese Jokes

No comments:

Post a Comment

Liked it? Please share with your friends.