Gajari: the Best of Indian Jokes: ঘুগুনি

May 17, 2022

ঘুগুনি

ঘুগুনি কেনেকৈ বনাই জানেনে? 

 প্ৰথমতে মটৰমাহ পানীত তিয়াই থয়৷ তাৰ পিছত পানীত সিজাই থয়৷ এতিয়া বতৰেও এমাহমান আমাক বৰষুণত তিয়ালে৷ এতিয়া সিজাবলৈ আৰম্ভ কৰিছে ৷ 

 বতৰে ঘুগুনি বনাবলৈ বিছাৰিছে নেকি বাৰু? 

 - By Sarba

No comments:

Post a Comment

Liked it? Please share with your friends.