Gajari: the Best of Indian Jokes: বিয়াৰ পাছত...

August 21, 2022

বিয়াৰ পাছত...

 বিবাহিতৰ ডায়েৰীৰ পৰাঃ-  


বিয়া পতাৰ পাছত মতা মানুহ ৮-১২ বছৰীয়া হৈ পৰে।

কেনেকৈ?


৮-১২ বছৰ বয়সত আমি আবেলি বা গধূলি ফ্ৰেণ্ডৰ লগত ক'ৰবালৈ ওলাই গ'লে মাৰ পৰা পাৰমিশ্যন ল'ব লাগিছিল নে নাই?


লাগিছিল।

নহ'লে বৈদ্য মাৰ পৰিছিল।


এতিয়া, বিয়াৰ পাছতো একেই।

এখেতৰ পাৰমিশ্যন ল'ব লাগে। 

নহ'লে ... 

হুক হুক।

_________________

Assamese Jokes, Indian Jokes

No comments:

Post a Comment

Liked it? Please share with your friends.