গনেশ =: (পাৰ্বতীক ঊদ্দেশ্যি ) মা .... মা .... দেউতা কত আছে ?
পাৰ্বতী : নাজানো ... বাথৰুম .. গৈছে চাগৈ ...!গনেশ : (খঙত) সদায় সদায় কিমান কৈ থাকিব লাগে ? ভাঙ খাই খাই পাহৰি থাকে !
কিমান বাৰ কলো .... কাঁটা চামুচ এখন লাগে লাগে বুলি.. ! আনি নিদিলে.. আৰু
মই সদায় সদায় এইডালেৰে নুডলছ খাব লাগে..... (ত্ৰিশূল ডাল টান মাৰি ....) !
__________________________
Assamese jokes, Facebook jokes
No comments:
Post a Comment
Liked it? Please share with your friends.