Gajari: the Best of Indian Jokes: বুদ্ধিমান প্ৰেমিক

October 14, 2022

বুদ্ধিমান প্ৰেমিক

 'পিংকিয়ে মন্দিৰলৈ গৈ ভগৱানক প্ৰাৰ্থনা কৰিছে: "হে ভগৱান, কোনোবা বুদ্ধিমান ল'ৰা এটাক মোৰ প্ৰেমিক হিচাপে দিয়া।"


ভগৱান: "ঘৰলৈ যোৱাগৈ মাজনী, কাৰণ বুদ্ধিমান ল'ৰাৰ প্ৰেমিকা নাথাকে"

1 comment:

  1. Anonymous10/22/2022

    হা হা হা!

    #assamese #blog #jokes #funny #koutuk #asomiya assamese joke blog, assamese koutuk, latest jokes facebook, gajari dot com, assamese meme

    - পংখী

    ReplyDelete

Liked it? Please share with your friends.