Gajari: the Best of Indian Jokes: সঁচা কথা ক'লে থুলুক বেয়া

October 14, 2022

সঁচা কথা ক'লে থুলুক বেয়া

 হিটলাৰ- মোৰ অভিধানত 'অসম্ভ বুলি কোনো শব্দ নাই।


থুলুক- এতিয়া কৈ কি লাভ? অভিধানখন কিনাৰ সময়ত চাই ল'ব লাগিছিল ভালকৈ। হিঃহিঃহিঃহিঃ...
_____________________

No comments:

Post a Comment

Liked it? Please share with your friends.