Gajari: the Best of Indian Jokes: স্বামীৰ এক্সিডেন্ট: অসমীয়া কৌতুক

June 06, 2013

স্বামীৰ এক্সিডেন্ট: অসমীয়া কৌতুক

পুলিচঃ বাইদেউ... দৰ্জাখন খোলকচোন, আপোনাৰ স্বামীৰ এক্সিডেন্ট হৈছে; ট্ৰাকৰ তলত পৰি তেওঁ পাপড়ৰ দৰে চেপেটা হৈ গ’ল

ভদ্ৰ মহিলাঃ (ভিতৰৰ পৰাই) তেতিয়াহ’লে দৰ্জাখননো কিয় খুলিব লাগিছে, দৰ্জ্জাৰ তলৰ ফাঁকেৰেই সৰকাই দিয়ক... 

by Jnan Jyoti

No comments:

Post a Comment

Liked it? Please share with your friends.