Gajari: the Best of Indian Jokes: কবিতাটো ক'লৈ গ'ল?

October 14, 2022

কবিতাটো ক'লৈ গ'ল?

 স্বামী : হেৰা, কালি মই লিখা কবিতাটো ক'লৈ গ'ল ?

পত্নী : মই কেনেকৈ জানো!

স্বামী : মাইনাই ফালি পেলালে নেকি ?
পত্নী : সি পঢ়িব নজনা ল'ৰাটোৱে কিয় আপোনাৰ কবিতা ফালিব?
_______________________________________

1 comment:

  1. Anonymous10/22/2022

    হা হা হা
    গভীৰ কৌতুক দেখোন

    #assamese #blog #jokes #funny #koutuk #asomiya assamese joke blog, assamese koutuk, latest jokes facebook কৌতুক

    -- তৃষ্ণা

    ReplyDelete

Liked it? Please share with your friends.