১৮+
দত্তৰ ডায়েৰীৰ পাতৰ পৰা চুৰি কৰি অনা কাহিনী: -
এদিন তেওঁ পলাশবাৰীৰ পৰা দেৰগাঁৱলৈ বাইকত বহি হেডফোনত গান শুনি শুনি গৈ আছিল| খালী ৰাস্তা|
তেনেতে এখন ফ্লাই-অ’ভাৰ আহিল| দত্তই দেখিলে এজনী ছোৱালীয়ে ফ্লাইঅ’ভাৰৰ পৰা জঁপিয়াই আত্মহত্যা কৰিবলৈ উদ্যত হৈছে|
ততাতৈয়াকৈ দৌৰি গৈ দত্তই তাইৰ হাতত ধৰিলেগৈ|
দত্ত: কি কৰা কি কৰা?
তাই: মোক মৰিবলৈ দিয়া, জীয়াই থাকিবলৈ মোৰ অকণ্ণো ইচ্ছা নাই
দত্ত: (অলপ ভাবি) ঠিক আছে, কিন্তু মৰিবাই যেতিয়া মৰাৰ আগতে মোক "চুম" এটি খাই যোৱা না
তাই: (অলপ ভাবি) ঠিক আছে...
"......................"
দত্ত: ৱাহ, কি অপৰূপ| ইমান সৌন্দৰ্য আৰু গুণৰ অধিকাৰী হৈও তুমি কিয় মৰিবলৈ ওলাইছা?
তাই: বহুত ট্ৰেজেদি| ল’ৰা হৈ জন্ম লৈছিলোঁ, কিন্তু ছোৱালীৰ নিচিনাকৈ মেক-আপ কৰি ছোৱালীৰ ড্ৰেছ পিন্ধি থাকিবলৈ ভাল পাওঁ| তাকে ঘৰৰ মানুহে বুজি নাপায়... মোক ল’ৰাৰ লগত হলি-গলি কৰিবলৈকো নিদিয়ে, সেই কাৰণেই মৰিবলৈ ওলাইছোঁ| থেংকছ ফ’ৰ দা কিছ চুইটো...
by Changmai
No comments:
Post a Comment
Liked it? Please share with your friends.