হিটলাৰ- মোৰ অভিধানত 'অসম্ভৱ বুলি কোনো শব্দ নাই।
থুলুক- এতিয়া কৈ কি লাভ? অভিধানখন কিনাৰ সময়ত চাই ল'ব লাগিছিল ভালকৈ। হিঃহিঃহিঃহিঃ...
_____________________
Gajari Blog is a collection of the best Indian New Jokes from Facebook, Google and others. Edited, maintained and updated by Santanu Changmai. Spread the laughter! Keep smiling.
হিটলাৰ- মোৰ অভিধানত 'অসম্ভৱ বুলি কোনো শব্দ নাই।
থুলুক- এতিয়া কৈ কি লাভ? অভিধানখন কিনাৰ সময়ত চাই ল'ব লাগিছিল ভালকৈ। হিঃহিঃহিঃহিঃ...
_____________________
ল'কৈৰ প্রচণ্ড পেটৰ বিষ.. ডাক্তৰৰ ওচৰলৈ গ'ল.. ডাক্তৰো ডাক্তৰ আৰু.. কিবা বিলাতী টাইপ.. অসমীয়াতে কথা পাতে যদিও মাজে মাজে দুই এটা ইংৰাজী শব্দ নক'লে নিজকে ডাক্তৰ যেন নালাগেচোন.. ল'কৈক চালে কিবাকিবি যন্ত্র পাতি লগাই.. ঔষধ দিলে দুপালি..
স্বামী : হেৰা, কালি মই লিখা কবিতাটো ক'লৈ গ'ল ?
পত্নী : মই কেনেকৈ জানো!কথা পাতি পাতি গাড়ী চলাই থাকোতে দুজন মানুহক খুন্দিয়াই নিহত কৰাৰ অপৰাধত দুগৰাকী মহিলাৰ ১০ বছৰ জেইল হৈছিল।
গগৈ:- কুহুৰ কুহুৰ, ইমান কে কাহ হৈ আছে চাৰিদিনমানৰ পৰা- অশান্তি পাইছোঁ দেই একদম...
দত্ত:- ল’ মোৰ বটলটোৰ পৰাই দুই চিপ মাৰি দে লাহেকে!ইংৰাজীলৈ অনুবাদ কৰক:
১/ কালি তোক পাণ্ডেৰ দোকানত চিগাৰেট টানি থকা দেখিছিলো
ইয়েস্তাৰদে আই চ’ ইউ পুলিং চিগাৰেট ইন পাণ্ডে চপ |
২/ছোৱালীৰ পিছে পিছে কিয় ঘূৰ? লাজ নাই?
হুৱাই ইউ ৰ’টেট আফটাৰ গাৰ্ল- ন’ চেম ?
৩/কাগজখন তুলি ডাষ্টবিনত পেলা !
আফটাৰ লিফ্টিং দা পেপাৰ ফল ইন ডাষ্টবিন !
৪/মই বিচাৰোঁ মোৰ ল’ৰাটোৱে পঢ়ক আৰু ছোৱালীজনীৰ বিয়া হৈ যাওক |
আই ৱান্ট টু ষ্টাডী মাই চান এন্ড মেৰী মাই ড’টাৰ |
৫/অনুগ্ৰহ কৰি চিৰিয়াখানাৰ জন্তুবোৰক খাবলৈ নিদিব |
প্লীজ ডু নট ট্ৰাই টু ইট দা এনিমেলচ অব দা জু |
৬/কি খবৰ?
হুৱাট ইজ নিউজ?
৭/হেল্লো, আপুনি কোনে কৈছে?
হেল্লো, হু উ টেলিং?
____________________________________
Google Assamese jokes, Funny translation Assamese, Hilarious jokes, Latest jokes, Facebook jokes
থুলুকৰ টেমা গৰম হৈ আছে। আগৰ দিনেই ভাল আছিল। মাহৰ মূৰত দস্তুৰমত ঘৰলৈ কাগজ আহিব। কাগজত লিখা থাকিব কিমান টকা দিব লাগিব। আৰু সি দি থৈ আহিব। আৰু ফোনটো সদায় নিজৰ জেগাত বিদ্যমান। বিচাৰি ফুৰিব নালাগে। এই ম'বাইলডাল অহাৰ পৰাই চব নষ্ট হ'ল। বিল কিমান আহিব কোনো হিচাপ নাই। এমাহত ৭০০ টকা যদি পাছৰ মাহত ১২০০ টকা। আৰু ফোনটো বেছিভাগ সময় বিচাৰি থাকোতেই টাইম যায়। বিলখনো ঘৰলৈ নাহে। পইচা কিমান হৈছে জানিবলৈ ফোন কৰিব লাগে। তাকো আকৌ ইংৰাজীতহে কথা ক'ব লাগে। সিফালে থকাকেইটাই যিহে পটৰ পটৰ ইংৰাজীত কয়। সিও কম ভকত নহয়। সিও শিকি লৈ আজি ফোনালে: "মাই ম'বাইল বিল হাউ মাছ?"।
আৰে ভাই তোক ফোনৰ বিল শুধিছো, তই উলিয়াই মেলি ক'।